হাজোত পঞ্চায়ত নিৰ্বাচনক লৈ সাজু তৃণমূল কংগ্ৰেছ...

হাজোৰ তৃণমূল কংগ্ৰেছৰ কার্যলয়ৰ পৰাই নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰে দলটোৱে। ১৫ খন জিলাৰ সভাপতিৰ লগতে বিষয়বগীয়ৰ লগত বৈঠকত মিলিত হয় দলটোৰ শীৰ্ষ নেতৃত্ব সকল।

author-image
Asomiya Pratidin
New Update
bvbvvb

ডিজিটেল সংবাদ,হাজোঃ  হাজো তৃণমূল কংগ্ৰেছ দলৰ মুখ্য কাৰ্যালয়ৰ পৰাই নামনি অসমত পঞ্চায়ত নিৰ্বাচনৰ ৰণশিঙা বজালে মমতা বেনাৰ্জীৰ নেতৃত্বধীন তৃণমূল কংগ্ৰেছ দলে। পঞ্চায়ত নিৰ্বাচনক লৈ সাজু তৃণমূল কংগ্ৰেছ দল। বিশেষকৈ নামনি অসমৰ ১৫ খন জিলাত আজিৰে পৰাই নিৰ্বাচনী কুচকাৱাজ দলটোৰ।

Advertisment

হাজোৰ তৃণমূল কংগ্ৰেছৰ কার্যলয়ৰ পৰাই নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰে দলটোৱে। ১৫ খন জিলাৰ সভাপতিৰ লগতে বিষয়বগীয়ৰ লগত বৈঠকত মিলিত হয় দলটোৰ শীৰ্ষ নেতৃত্ব সকল। সভাত উপস্থিত থাকে তৃণমূল কংগ্ৰেছৰ উপ সভাপতি দুলু আহমেদৰ লগতে কেন্দ্ৰীয় নেতা শিশিৰ কলিতা,সঞ্জীৱ মহন্ত।

 

হাজো