New Update
/asomiyapratidin/media/media_files/2025/08/26/whatsapp-image-2025-08-26-09-52-16.jpeg)
- হাজোৰ ভেলামাৰীত নৃশংস হত্যাকাণ্ড
- জ্যেষ্ঠ ভাতৃৰ হাতত প্ৰাণ গ'ল এজনৰ
- হত্যাৰ বলি হোৱা যুৱকজনৰ নাম ৰূপম কলিতা
- অভিযুক্ত ভাতৃ মৃদুল কলিতা বৰ্তমান আৰক্ষীৰ জিম্মাত
- নিশা শুই থকা অৱস্থাত সংঘটিত হৈছে এই ঘটনা
- মাতৃক এটা কোঠাত তলাবন্ধ কৰি জ্যেষ্ঠ ভাতৃ মৃদুল কলিতাই সংঘটিত কৰে এই ঘটনা
- সম্পত্তিৰ বাবেই হত্যাকাণ্ড সংঘটিত হোৱাৰ দাবী মাতৃৰ