হাজোত সংঘটিত চাঞ্চল্যকৰ হত্যাকাণ্ড

কোনে কিয় হত্যা কৰিলে সেয়া অদ্যাপি অজ্ঞাত যদিও ঘটনাস্থলীত হাজো আৰক্ষীৰ দল উপস্থিত হয়। ইপিনে মেধা সম্পন্ন যুৱতী গৰাকীৰ মৃতদেহ উদ্ধাৰৰ পিছত কান্দোনৰ ৰোল যুৱতীগৰাকীৰ পৰিয়ালত।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ হাজোৰ কোঁৱৰপুৰৰ  সংঘটিত এক চাঞ্চল্যকৰ ঘটনা। ৰহস্যজনক অৱস্থাত উদ্ধাৰ এগৰাকী যুৱতীৰ মৃতদেহ।নিজ ঘৰৰ দমকলৰ পাৰত ডিঙি কটা অৱস্থাত উদ্ধাৰ যুৱতীগৰাকীৰ মৃতদেহ। 

উল্লেখ্য যে,কোনে কিয় হত্যা কৰিলে সেয়া অদ্যাপি অজ্ঞাত যদিও ঘটনাস্থলীত হাজো আৰক্ষীৰ দল উপস্থিত হয়।ইপিনে মেধা সম্পন্ন যুৱতী গৰাকীৰ মৃতদেহ উদ্ধাৰৰ পিছত কান্দোনৰ ৰোল যুৱতীগৰাকীৰ পৰিয়ালত। প্ৰেম জনিত কাৰণত এই হত্যাকাণ্ড হ'ব পাৰে বুলিও সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে।

হাজো