/asomiyapratidin/media/media_files/2025/12/31/1-2025-12-31-13-33-21.jpg)
ডিজিটেল ডেস্কঃ পুনৰ ৰাজ্যত বোৱাৰী সন্ধানহীন। ৰ ৰামদিয়াৰ এগাৰকী বোৱাৰী সন্ধানহীন হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘৰৰ পৰাই সন্ধানহীন বন্দনা ডেকা নামৰ বোৱাৰীগৰাকী।
/asomiyapratidin/media/post_attachments/06d94897-8e8.png)
উল্লেখ্য যে, ইষ্টাগ্ৰামত চিনাকি হোৱা যুৱকৰ সৈতে পলাই যোৱাৰ সন্দেহ স্বামীৰ। দুই সন্তানৰ মাতৃ বন্দনা ডেকা নিৰুদ্দেশ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত। ইপিনে ঘটনাৰ সন্দৰ্ভত স্বামীয়ে ৰামদিয়া আৰক্ষী চকীত দাখিল কৰে এজাহাৰ।
/asomiyapratidin/media/post_attachments/a1a591cc-5eb.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us