New Update
/asomiyapratidin/media/media_files/2026/01/15/new-ap-web-2-39-2026-01-15-12-10-23.jpg)
- হাজোত আছুৰ উদ্যোগত আৰম্ভ মণিকূট উৎসৱ।
- এক বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাই মোহিত কৰে হাজোৰ বাকৰি।
- উপস্থিত আছুৰ উপদেষ্টা সমুজ্বল ভট্টাচাৰ্য আৰু সাধাৰণ সম্পাদক সমীৰণ ফুকন।
- আছুৰ সাঃ সম্পাদক ফুকনে কয় যে- ‘জাতি আগত, ধৰ্ম দ্বিতীয়’
- ‘বিশ্ব দৰবাৰত আমি অসমীয়া জাতিটোক শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিব লাগিব’
- ‘এই উৎসৱলৈ বিভিন্ন জাতি-জনগোষ্ঠী, ধৰ্মৰ লোকে আহি অংশগ্ৰহণ কৰিছে’
- ‘আমাৰ মাজত কোনো সাম্প্ৰদায়িকতাৰ স্থান নাই’
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us