হাইলাকান্দিত হেৰ'ইন আৰু জালনোট জব্দ...

নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই হাইলাকান্দি আৰক্ষীয়ে বুজণ পৰিমাণৰ হেৰ'ইন আৰু জালনোট জব্দ কৰিছে। ৰতনপুৰ-চাহাপূৰ পথৰ চেপ্তি ব্ৰজপুৰত জব্দ ২.২৫ গ্ৰাম হেৰ'ইন। 

author-image
Tushar Pratim
New Update
হাইলাকান্দিত হেৰ'ইন আৰু জালনোট জব্দ...

ডিজিটেল সংবাদ শিলচৰ: নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই হাইলাকান্দি আৰক্ষীয়ে বুজণ পৰিমাণৰ হেৰ'ইন আৰু জালনোট জব্দ কৰিছে। গোপন তথ্যৰ ভিত্তিত হাইলাকান্দি থানাৰ আৰক্ষীয়ে ৰতনপুৰ-চাহাপূৰ পথৰ চেপ্তি ব্ৰজপুৰত অভিযান চলাই ২.২৫ গ্ৰাম হেৰ'ইন জব্দ কৰে। 

Advertisment

হেৰ'ইনৰ সৈতে কেইবাটাও প্লাষ্টিকৰ খালী কণ্টেইনাৰ আৰু ১৯.৫০০ টকা জালনোটো জব্দ কৰে আৰক্ষীয়ে। ড্ৰাগছ সৰবৰাহত ব্যৱহাৰ কৰা এখন অটো আৰু এজন সৰবৰাহকাৰীক আটক কৰা হয়। ধৃত লোক জনৰ ঘৰ বাহাদুৰপুৰ প্ৰথম খণ্ডত।

জালনোট হাইলাকান্দি