/asomiyapratidin/media/media_files/2025/09/22/vddfdfdfdfdf-2025-09-22-12-36-07.jpg)
ডিজিটেল সংবাদ, কোকৰাঝাৰঃ বিটিচি নিৰ্বাচনত বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে সাব্যস্ত কৰিলে ভোটাধিকাৰ৷ পত্নী শিউলী মহিলাৰীসহ গৃহ সমষ্টি দেৱৰগাঁৱৰ দেৱৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভোট গ্ৰহণ কেন্দ্ৰত ভোটদান কৰে হাগ্ৰামা মহিলাৰীয়ে৷
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/22/whatsapp-imag-2025-09-22-12-33-26.jpeg)
ভোটাধিকাৰ সাব্যস্ত কৰি হাগ্ৰামা মহিলাৰীৰ দাবী, বিপিএফ দলে সংখ্যাগৰিষ্ঠতা লাভ কৰি বিটিচি চৰকাৰ গঠন কৰিব৷ এইবাৰ ভবাতকৈ বিপিএফে বেছি আসন পাব বুলি কৰে উল্লেখ। লগতে শান্তিপূৰ্ণভাৱে ভোটদান কৰিবলৈ আহ্বান জনায় নেতাগৰাকীয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us