BTC ELECTION: দেৱাৰগাঁৱত পিছ পৰিল হাগ্ৰামা...

১০নং দেৱাৰগাঁও পৰিষদীয় সমষ্টিত পিছ পৰিল হাগ্ৰাম মহিলাৰী বি পি এফে লাভ কৰিছে ৪৯৬১টা ভোট। ইউ পি পি এলে লাভ কৰিছে ৪৯৬৭টা ভোট। সমষ্টিটোত হাগ্ৰামা মহিলাৰী পিছ পৰি আছে ৬টা ভোটত।

author-image
Asomiya Pratidin
New Update
KHANSSS
  • ১০নং দেৱাৰগাঁও পৰিষদীয় সমষ্টিত পিছ পৰিল হাগ্ৰাম মহিলাৰী
  • বি পি এফে লাভ কৰিছে ৪৯৬১টা ভোট।
  • ইউ পি পি এলৰ খাম্ফা বৰগৰায়ীয়ে লাভ কৰিছে ৪৯৬৭টা ভোট।
  • সমষ্টিটোত হাগ্ৰামা মহিলাৰী পিছ পৰি আছে ৬টা ভোটত।
  • সমষ্টিটোত পাঁচগৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে ৷
বি টি চি