/asomiyapratidin/media/media_files/2025/11/29/whatsapp-image-2025-11-29-21-15-57.jpeg)
ডিজিটেল ডেস্কঃ আজি এক ঐতিহাসিক ক্ষণ। আজিৰ দিনটো কোচ ৰাজবংশী জনগোষ্ঠীৰ বাবে ঐতিহাসিক দিন। বহু জল্পনা-কল্পনাৰ অন্তত অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ অন্তিমটো দিনত দাখিল কৰা হ'ল বহু চৰ্চিত ৬ জনগোষ্ঠীৰ জনজাতিকৰণ সম্পৰ্কীয় মন্ত্ৰীগোটৰ প্ৰতিবেদন। এই খবৰ লাভ কৰা লগে লগে উৎফুল্লিত হৈ পৰিছে কোচ ৰাজবংশী জনগোষ্ঠীৰ লোক সকল।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/29/image-3-2025-11-29-21-13-35.png)
উল্লেখ্য যে, অবিভক্ত গোৱালপাৰা আক্ৰাছুৰ সভাপতি প্রদীপ ৰায়ে অসমৰ মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে আগন্তুক দিনত বিজেপি চৰকাৰৰ হৈ কাম কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।
/asomiyapratidin/media/post_attachments/30af0926-9fb.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us