Advertisment

ডাঙৰ খবৰঃ অহা তিনি দিনলৈ গুৱাহাটীৰ কেইবাটাও অঞ্চলত পানী যোগান বন্ধ...

অহা তিনিদিনৰ বাবে গুৱাহাটীৰ কেইবাটাও অঞ্চলত পানী যোগান বন্ধ। ৫জানুৱাৰীলৈকে গুৱাহাটীৰ বহু কেইটা অঞ্চলত পানী যোগান বন্ধ ৰাখিব জল বৰ্ডে। অমিয় নগৰ, লিচু বাগান, চানমাৰী, ৰাজগড়, লাচিত নগৰ,উলুবাৰী,

author-image
Asomiya Pratidin
New Update
d

d Photograph: (d)

  • অহা তিনিদিনৰ বাবে গুৱাহাটীৰ কেইবাটাও অঞ্চলত পানী যোগান বন্ধ।
  • ৫জানুৱাৰীলৈকে গুৱাহাটীৰ বহু কেইটা অঞ্চলত পানী যোগান বন্ধ ৰাখিব জল বৰ্ডে।
  • অমিয় নগৰ, লিচু বাগান, চানমাৰী, ৰাজগড়, লাচিত নগৰ,উলুবাৰী, ৰূপ নগৰ আৰু বৰা ছাৰ্ভিছলৈ পানী যোগান বন্ধ।
  • খাৰঘূলিত হোৱা জল বিস্ফোৰণৰ পাছতে এই সিদ্ধান্ত জল বৰ্ডৰ।
  • সামাজিক মাধ্যমযোগে এই গুৰুত্বপূৰ্ণ ঘোষণা জল বৰ্ডৰ।
  • উল্লেখ্যে যে, খাৰঘূলিৰ নামঘৰ চকত পুৱাই পাইপ ফুটি সৃষ্টি হৈছিল হাঁহাকাৰ পৰিস্থিতিৰ।
  • ধ্বংসস্তুপত পৰিণত হৈছিল বহুকেইটা বাসগৃহ।
  • ২০ৰ পৰা ৩০ফুটঁ ওপৰলৈ উঠিছিল পানী।
  • বৰ্তমান ঘটনাস্থলীত উপস্থিত হৈছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা।
গুৱাহাটী