মহানগৰীৰ বাৰৰ সন্মুখত সুৰাসক্ত যুৱক-যুৱতীৰ উদ্ভণ্ডালি

মহানগৰীৰ বাৰৰ সন্মুখত সুৰাসক্ত যুৱক-যুৱতীৰ উদ্ভণ্ডালি । জু ৰোডৰ BEER CAFEৰ পাৰ্কিঙত নিৰাপত্তাৰক্ষীক প্রহাৰ যুৱক-যুৱতীৰ।

author-image
Asomiya Pratidin
New Update
new ap web 1 (10)
  • মহানগৰীৰ বাৰৰ সন্মুখত সুৰাসক্ত যুৱক-যুৱতীৰ উদ্ভণ্ডালি।
  • জু ৰোডৰ BEER CAFEৰ পাৰ্কিঙত নিৰাপত্তাৰক্ষীক প্রহাৰ যুৱক-যুৱতীৰ।
  • ৩ আগষ্টৰ নিশা সংঘটিত হৈছিল এই ঘটনা।
  • সামান্য কথাতে নিৰাপত্তাৰক্ষীৰ সৈতে প্রথমে হয় তৰ্ক-বিতৰ্ক।
  • পৰৱৰ্তী সময়ত যুৱক-যুৱতীৰ দলে প্রহাৰ কৰে নিৰাপত্তাৰক্ষীক।
  • ঘটনাৰ পিছতে ভুক্তভোগীয়ে দিছপুৰ থানাত দাখিল কৰিছিল এজাহাৰ।
  • বৰ্তমানলৈ আৰক্ষীয়ে সন্ধান উলিয়াব পৰা নাই আক্রমণকাৰীৰ।
guwahati police