New Update
/asomiyapratidin/media/media_files/2025/06/11/vTmHRFNVqkr7C9Ou8dTu.jpg)
- ৰাজগড়ত ৰাইজৰ সহযোগত অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে অভিযান
- ৰাজগড়, পূব শৰণীয়াত আৰক্ষীৰ সহযোগত এই অভিযান
- অঞ্চল দুটাৰ ৰাইজে বহু দিনৰ পৰা অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে চলাই আহিছে অভিযান
- ৰাজগড় ৰোগডত গাড়ীৰ ভিতৰতে মদ্যপান কৰা যুৱক–যুৱতীক কৰায়ত্ত ৰাইজৰ
- দুগৰাকী যুৱতী আৰু দুজন যুৱকে গাড়ী ৰখাই কৰি আছিল সুৰাপান
- যুৱক–যুৱতীসকলক এনে কাম নকৰিবলৈ সকীয়াই দিয়ে আৰক্ষী আৰু ৰাইজে