New Update
/asomiyapratidin/media/media_files/2025/07/15/web-ap-as-2025-07-15-22-27-44.jpg)
গুৱাহাটীত সমদল, শোভাযাত্রা, মাৰাথন উলিওৱাত নিষেধাজ্ঞা
- গুৱাহাটী মহানগৰ আৰক্ষীৰ জৰুৰী নিৰ্দেশনা
- গুৱাহাটীত সকলো ধৰণৰ সমদল, শোভাযাত্রা, মাৰাথন আদি উলিওৱাত নিষেধাজ্ঞা
- যান-বাহন চলাচলৰ ক্ষেত্রত কোনো সমস্যাৰ সৃষ্টি নহ’বলৈ এই নিৰ্দেশনা জাৰি
- জৰুৰী সেৱাৰ প্রতি লক্ষ্য ৰাখিও এই নিৰ্দেশনা জাৰি আৰক্ষী প্রশাসনৰ
- আদেশ উলংঘা কৰিলে ইয়াৰ বিৰুদ্ধে BNSৰ ২২৩নং ধাৰাত প্রদান কৰা হ’ব শাস্তি
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us