মহানগৰীত আৰক্ষীৰ এনকাউণ্টাৰ, গুলীবিদ্ধ ডকাইত...

গুৱাহাটী মহানগৰীত ফুটিল আৰক্ষীৰ গুলী। দুধৰ্ষ অপৰাধীলৈ বশিষ্ঠ আৰক্ষীৰ গুলীচালনা। বেলতলাৰ নিৰূপমা এনক্লেভত সংঘটিত ডকাইতি কাণ্ডৰ অভিযুক্তলৈ আৰক্ষীৰ গুলী।

author-image
Asomiya Pratidin
New Update
bosisthahahaha
  • মহানগৰীত বশিষ্ট আৰক্ষীৰ এনকাউণ্টাৰ।
  • গুৱাহাটী মহানগৰীত ফুটিল আৰক্ষীৰ গুলী
  • দুধৰ্ষ অপৰাধীলৈ বশিষ্ঠ আৰক্ষীৰ গুলীচালনা।
  • বেলতলাৰ নিৰপমা এনক্লেভত সংঘটিত ডকাইতিকাণ্ডৰ অভিযুক্তলৈ আৰক্ষীৰ গুলী
  • বৃহস্পতিবাৰৰ নিশা বেলতলাৰ এপাৰ্টমেণ্টটোত সংঘটিত হৈছিল ডকাইতি কাণ্ড
  • হাতত ৰ স্ক্ৰু-ড্ৰাইভাৰ লৈ ডকাইতে লুটি নিছিল নগদ ধন আৰু সোণ
  • তাৰপাছত আৰক্ষীয়ে কৰায়ত্ত্ব কৰে দুধৰ্ষ ডকাইতৰ দলটোৰডকাইতক।
  • সুভাষ দাসমাধৱ দাসকাৰ্তিক শৰ্মা নামৰ ডকাইত কেইটাই লুটিছিল ধন-সোণ।
  • ৩ ডকাইতৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে ১৫ লাখ ৫৬ হাজাৰ টকা
  • ডকাইতি কাণ্ডটোৰ মাষ্টাৰমাইণ্ড আছিল মাধৱ দাস নামৰ ডকাইতটো।
  • মাধৱ দাসক পুৱতি নিশা গুলীবিদ্ধ হয় দহ মাইলত
  • ধৃত ডকাইতটোৰ বাওঁ ভৰিৰ তলৰ অংশত লাগিছিল গুলী। 
  • বৰ্তমান সুস্থ যদিও কিছু পৰীক্ষাৰ প্ৰয়োজন বুলি জনাইছে বশিষ্ট আৰক্ষীয়ে। 

db447bba-a357-4be5-8c9d-1576ea7fa57e

আৰক্ষী