New Update
/asomiyapratidin/media/media_files/2026/03/05/image-36-2026-03-05-14-54-44.png)
- মহানগৰীৰ বামুণীমৈদামৰ ৰে'লৱে কলনীত সংঘটিত বিধংসী অগ্নিকাণ্ড
- জীৱন্তে অগ্নিদগ্ধ হৈ এজন যুৱকৰ মৃত্যু
- মৃত যুৱকজনৰ নাম অমৃত মাহাতো
- এটা পৰিত্যক্ত জুপুৰি ঘৰত নিশা শুই আছিল যুৱকজন
- হোলী খেলি অধিক সুৰা সেৱন কৰি যুৱকজনে শুই আছিল জুপুৰি ঘৰটোত
- কোনে দুর্বৃত্তই জুপুৰি ঘৰতো জুই লগাই দিয়াৰ সন্দেহ
- মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCHলৈ প্ৰেৰণ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us