মহানগৰীত চাঞ্চল্যকৰ ঘটনাঃ টিং ফুটি গুলী সোমাল এজন লোকৰ বাসগৃহত

মহানগৰীৰ মথুৰানগৰত নিশা চাঞ্চল্যকৰ ঘটনা। টিং ফুটি গুলী সোমাল এজন লোকৰ বাসগৃহত। পূবেৰুণ পথৰ গৃহ নং ৪ত সংঘটিত এই ঘটনা।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-10-16 at 7.56.24 PM
  • মহানগৰীৰ মথুৰানগৰত নিশা চাঞ্চল্যকৰ ঘটনা
  • টিং ফুটি গুলী সোমাল এজন লোকৰ বাসগৃহত
  • পূবেৰুণ পথৰ গৃহ নং ৪ত সংঘটিত এই ঘটনা
  • মোছা আলি নামৰ লোকজনৰ ঘৰৰ ভিতৰত আলমিৰাত সোমাল গুলী
  • বাসগৃহটোত কেয়াৰটেকাৰ হিচাপে আছিল মোছা আলিৰ পৰিয়াল
  • সৌভাগ্যক্রমে ৰক্ষা পৰে কেয়াৰ টেকাৰজনৰ পৰিয়ালটো
  • ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ জব্দ কৰে খালী কাৰ্টিজটো
গুৱাহাটী মহানগৰী