মহানগৰীত হত্যাকাণ্ডঃ অবৈধ প্ৰেমিকৰ সৈতে মিলি স্বামীক হত্যা পত্নীৰ!

মহানগৰীত হত্যাকাণ্ডঃ অবৈধ প্ৰেমিকৰ সৈতে মিলি স্বামীক হত্যা পত্নীৰ!

author-image
Asomiya Pratidin
New Update
মহানগৰীত হত্যাকাণ্ডঃ অবৈধ প্ৰেমিকৰ সৈতে মিলি স্বামীক হত্যা পত্নীৰ!

ডিজিটেল ডেস্কঃ মহানগৰীৰ কাহিলিপাৰাত সংঘটিত হৈছে নৃশংস হত্যাকাণ্ড। অবৈধ প্ৰেমৰ বাবেই পত্নীয়ে স্বামীক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। প্ৰেমজনিত কাৰণতে দিটুমণি হালৈ নামৰ চিআৰপিএফ জোৱানজনক পত্নীয়ে অবৈধ প্ৰেমিকৰ সৈতে হত্যা কৰাৰ সন্দেহ কৰা হৈছে।

Advertisment

ইতিমধ্যে আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে জোৱানজনৰ পত্নী হীৰামণি হালৈক। হীৰামণি হালৈৰ অবৈধ প্ৰেমিক অৰূপ দাসকো গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে। টিহু মণ্ডল কিষাণ মৰ্চাৰ সভাপতি অৰূপ দাস। জানিব পৰামতে অৰূপ দাসক DCP কাৰ্যালয়ত আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।

Also Read: নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ সুৰক্ষা বান্ধ ভঙাৰ পাছতে অখিল গগৈৰ প্ৰতিক্ৰিয়া...

kahilipara murder CRPF