New Update
/asomiyapratidin/media/media_files/2025/12/10/breaking-news-2025-12-10-17-15-50.jpg)
- গুৱাহাটীৰ পৰা ডিব্ৰুগড় অভিমুখী ইণ্ডিগ’ বিমানত অচলাৱস্থা।
- পুৱা ১০.৩০ বজাত যাবলগা বিমানখন এতিয়াও বৰঝাৰতে আছে।
- হঠাতে নিৰাপত্তাৰ দোহাই দি নমাই দিয়া হ’ল যাত্রীসকলক।
- নিৰাপত্তাৰ নামত বিমানৰ যাত্রীক হাৰাশাস্তি কৰাৰ অভিযোগ।
- ১০.৩০ বজাৰ পৰা এতিয়ালৈ অপেক্ষাৰত যাত্রীসকল।
- যাত্রীৰ সহায়ৰ নিম্নতম ব্যৱস্থাও কৰ্তৃপক্ষই নকৰাৰ অভিযোগ যাত্ৰীৰ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us