New Update
/asomiyapratidin/media/media_files/2025/03/05/Jbi0OZvUxRsggXDQ3ooZ.jpg)
- মহানগৰীৰ ছয়মাইলৰ ব্রহ্মপুত্র লজত যুৱকৰ মৃতদেহ উদ্ধাৰ
- হোটেলৰ তৃতীয় মহলাৰ ৩০৫ নম্বৰ কোঠাত উদ্ধাৰ মৃতদেহট
- মঙলবাৰে সন্ধিয়া ৬.৫৬ বজাত যুৱকজনে লৈছিল কোঠাটো
- নিশা ১২ বজাত হোটেলৰ ষ্টাফ ৰুমলৈ আহিছিল যুৱকজনৰ প্রেমিকাৰ ফোন
- মৃত যুৱকজনক চানমাৰিৰ মৃণাল মেধি বুলি জানিব পৰা গৈছে
- প্রেমজনিত কাৰণত আত্মহত্যা কৰা বুলি আৰক্ষীৰ সন্দেহ আৰক্ষীৰ
- দিছপুৰ আৰক্ষীৰ তদন্ত আৰম্ভ
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us