গুৱাহাটীৰ উচ্ছেদ সন্দৰ্ভত স্থিতাৱস্থা বাহল ৰখাৰ নিৰ্দেশ ন্যায়ালয়ৰ

ৰাজ্য চৰকাৰ আৰু বন বিভাগলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা। গুৱাহাটীৰ উচ্ছেদ সন্দৰ্ভত স্থিতাৱস্থা বাহল ৰখাৰ নিৰ্দেশ। কালাপানী, বৰাগাঁও, মালিগাঁও পাহাৰত উচ্ছেদৰ জাননী দিছিল চৰকাৰে।

author-image
Asomiya Pratidin
New Update
gfgfgfg

গুৱাহাটীৰ উচ্ছেদ সন্দৰ্ভত স্থিতাৱস্থা বাহল ৰখাৰ নিৰ্দেশ ন্যায়ালয়ৰ

  • ৰাজ্য চৰকাৰ আৰু বন বিভাগলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা
  • গুৱাহাটীৰ উচ্ছেদ সন্দৰ্ভত স্থিতাৱস্থা বাহল ৰখাৰ নিৰ্দেশ
  • কালাপানী, বৰাগাঁও, মালিগাঁও পাহাৰত উচ্ছেদৰ জাননী দিছিল চৰকাৰে
  • চৰকাৰী জাননীক লৈ একাংশ কাষ চাপিছিল ন্যায়ালয়ৰ
  • উচ্ছদ সন্দৰ্ভত চৰকাৰক শপতনামা দাখিলৰ নিৰ্দেশ আদালতৰ
উচ্ছেদ গুৱাহাটী উচ্চ ন্যায়ালয় উচ্ছেদ অভিযান