গুৱাহাটীত যুৱতীৰ সৈতে অপকৰ্ম কৰি ৯পাষণ্ডই প্ৰস্তুত কৰিলে VIDEO...

গুৱাহাটীত সংঘটিত হ'ল জঘন্য ঘটনা।   ৯ পাষণ্ডৰ দলবদ্ধ ধৰ্ষণৰ বলি যুৱতী।   ধৰ্ষণকাণ্ডৰ ভিডিঅ' প্ৰস্তুত কৰি নিৰ্যাতন চলালে যুৱতীক।  বৰাগাঁৱৰ নিজাৰাপাৰত সংঘটিত হৈছে

author-image
Asomiya Pratidin
New Update
ddd
  • গুৱাহাটীত সংঘটিত হ'ল জঘন্য ঘটনা। 
  •  ৯ পাষণ্ডৰ দলবদ্ধ ধৰ্ষণৰ বলি যুৱতী। 
  •  ধৰ্ষণকাণ্ডৰ ভিডিঅ' প্ৰস্তুত কৰি নিৰ্যাতন চলালে যুৱতীক।
  •  বৰাগাঁৱৰ নিজাৰাপাৰত সংঘটিত হৈছে এই ঘটনা। 
  •  ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল ভি়ডিঅ'।
  •  ভিডিঅ'ৰ ভিত্তিত গড়চুক আৰক্ষীয়ে আটক কৰিছে ৬ অভিযুক্তক।
  •  আৰক্ষীয়ে আটক কৰিছে কুলদিপ, পিংকু দাস, মৃণাল, গগণ, বিজয় আৰু সৌৰভ নামে ৬ পাষণ্ডক।
  •  এতিয়াও পলাতক ৰবিন দাস, দীপাংকৰ আৰু কৃষ্ণ নামে ৩ পাষণ্ড।
  •  সম্প্ৰতি উদ্ধাৰ হোৱা নাই যুৱতীগৰাকীৰ পৰিচয়।
গুৱাহাটী