Advertisment

গুৱাহাটীত প্ৰেমিকৰ ভাড়াঘৰত উদ্ধাৰ ধেমাজিৰ জন্মেশ্বৰীৰ মৃতদেহ...

গুৱাহাটীৰ গান্ধীবস্তিত যুৱতীৰ ৰহস্যজনক মৃত্যু। প্রেমিকৰ কোঠাত উদ্ধাৰ যুৱতীগৰাকীৰ মৃতদেহ। মৃতেদহটো জন্মেশ্বৰী বসুমতাৰীৰ। ইতিমধ্যে আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে প্রেমিক ইন্দ্রজিৎ‍ পাইটক।

author-image
Asomiya Pratidin
New Update
গুৱাহাটীৰ গান্ধীবস্তিত যুৱতীৰ ৰহস্যজনক মৃত্যু

গুৱাহাটীৰ গান্ধীবস্তিত যুৱতীৰ ৰহস্যজনক মৃত্যু

  • গুৱাহাটীৰ গান্ধীবস্তিত যুৱতীৰ ৰহস্যজনক মৃত্যু।
  • প্রেমিকৰ কোঠাত উদ্ধাৰ যুৱতীগৰাকীৰ মৃতদেহ।
  • মৃতেদহটো জন্মেশ্বৰী বসুমতাৰীৰ।
  • ইতিমধ্যে আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে প্রেমিক ইন্দ্রজিৎ‍ পাইটক।
  • দুয়োগৰাকীৰে ঘৰ ধেমাজিৰ চিমেন চাপৰিত।
  • দেওবাৰে ধেমাজিৰ পৰা প্রেমিকে ভাড়াঘৰলৈ লৈ আহিছিল যুৱতীগৰাকীক।
  • বিয়াৰ প্রস্তাৱ প্রত্যাখ্যান কৰাৰ বাবেই আত্মহত্যাৰ সন্দেহ।
গুৱাহাটী