New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/31993b3c-9853-4c07-a766-5d8920d60297/agranii.jpg)
MERAPANI
মহানগৰীত সুৰামত্ত কেব চালকৰ দৌৰাত্ম্য।
সুৰামত্ত কেব চালকে খুন্দিয়ালে ৰৈ থকা চাৰিচকীয়া বাহনত।
জুৰোডৰ পৰা গণেশগুৰি অভিমুখী আছিল বাহনখনক।
দুৰ্ঘটনাত আঘাতপ্রাপ্ত এগৰাকী যুৱতীসহ কেব চালকজন।
দুৰ্ঘটনা সংঘটিত কৰা কেবখনৰ নম্বৰ AS 01 MC 6014।
মহানগৰীৰ নাৰ্চাৰীত সংঘটিত হৈছে এই ঘটনা।