গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ কাৰাধ্যক্ষ দেৱকমল বৰাক আটক

গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ কাৰাধ্যক্ষক আটক। বশিষ্ঠ আৰক্ষীয়ে আটক কৰে কাৰাধ্যক্ষক দেৱকমল বৰাক।

author-image
Asomiya Pratidin
New Update
image (11)
  • গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ কাৰাধ্যক্ষক আটক
  • বশিষ্ঠ আৰক্ষীয়ে আটক কৰে কাৰাধ্যক্ষক দেৱকমল বৰাক
  • কাৰাগাৰৰ ভিতৰত চলা অনৈতিক কাৰ্যকলাপৰ বাবে কৰিলে আটক
  • গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত চলিছিল নিচাজাতীয় সামগ্ৰীৰ অবাধ সৰবৰাহ
  • একাংশ কয়দীক ধনৰ বিনিময়ত ৰাজ আতিথ্য দিয়াৰো অভিযোগ
  • কাৰাধ্যক্ষ গৰাকীক অব্য়াহত ৰাখিছে সোধা-পোছা
কাৰাগাৰ