/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/317caabc-7130-4ea9-8757-62c6245acf9b/hus.jpg)
-
ঘোষণা হ’ল ২০২৪বৰ্ষৰ গুৱাহাটী বিহু সন্মিলনীৰ বিহু সম্ৰাজ্ঞী,বিহুৰাণী,বিহুকুঁৱৰী প্রতিযোগিতাৰ ফলাফল
-
ধেমাজিৰ শিৰোশ্রী শইকীয়াই লাভ কৰে বিহু সম্রাজ্ঞীৰ খিতাপ
-
শিৰোশ্রীক পুৰস্কাৰ হিচাপে নগদ ১ লাখ টকা, ১০ গ্রাম সোণৰ মুদ্রাৰ লগতে এটা ৰেফ্ৰিজাৰেটৰ, এটা ৱাচিং মেচিন, এটা টিভি প্ৰদান।
-
শিৰোশ্ৰীক নেমকেয়াৰ হাস্পতালৰ পৰা কৰ্ম সংস্থাপনৰো প্ৰতিশ্ৰুতি।
-
আনফালে বিহুৰাণীৰ খিতাপ অৰ্জন ধেমাজিৰ পাহাৰী বুঢ়াগোঁহাইৰ।
-
পাহাৰীলৈ নগদ ৫১ হাজাৰ টকা, মানপত্র লগতে বহু আকৰ্ষণীয় পুৰস্কাৰ
-
বিহুকুঁৱৰীৰ খিতাপ লাভ কৰে ডিব্রুগড়ৰ ৰিতুপৰ্ণা দাসে।
-
ৰিতুপৰ্ণালৈ নগদ ৩১ হাজাৰ টকা, মানপত্র লগতে বহু আকৰ্ষণীয় পুৰস্কাৰ।
-
শ্রেষ্ঠ ঢুলীয়াৰ সন্মান লাভ কৰে চিৰঞ্জীৱ বৰ্মনে
-
শ্রেষ্ঠ পেপুৱাৰ সন্মান লাভ কৰে যদুমণি গগৈয়ে
-
দুয়োকে নগদ ১০ হাজাৰ টকা আৰু মানপত্র প্রদান কৰে