বামুণীমৈদামৰ ৰে’লৱে কলনীত ভয়ংকৰ ঘটনা...

মহানগৰীৰ ‍বামুণীমৈদামৰ ৰে’লৱে কলনীত ভয়ংকৰ ঘটনা। এগৰাকী মহিলাক দাৰে ঘপিয়াই হত্যাৰ চেষ্টা নিজ ভাতৃৰ। দাৰ ঘাপত গুৰুতৰভাৱে আহত মণিকা কলিতা নামৰ মহিলাগৰাকী। ভাতৃ মনোজ কলিতাৰ বিৰুদ্ধে আক্রমণৰ অভিযোগ

author-image
Asomiya Pratidin
New Update
BREAKING NEWS
  • মহানগৰীৰ ‍বামুণীমৈদামৰ ৰে’লৱে কলনীত ভয়ংকৰ ঘটনা।
  • এগৰাকী মহিলাক দাৰে ঘপিয়াই হত্যাৰ চেষ্টা নিজ ভাতৃৰ।
  • দাৰ ঘাপত গুৰুতৰভাৱে আহত মণিকা কলিতা নামৰ মহিলাগৰাকী।
  • ভাতৃ মনোজ কলিতাৰ বিৰুদ্ধে আক্রমণৰ অভিযোগ।
  • সংকটজনক অৱস্থাত চিকিৎসা্লয়ত ভৰ্তি মণিকা কলিতাক।
  • আদৰ্শ হিন্দী বিদ্যালয়ৰ সন্মুখতে সংঘটিত এই ঘটনা।
  • ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ অব্যাহত ৰাখিছে তদন্ত।
গুৱাহাটী