New Update
/asomiyapratidin/media/media_files/2025/09/06/new-ap-web-2-16-2025-09-06-18-00-32.jpg)
- গুজৰাটত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা।
- পঞ্চমহল জিলাত পাৱাগড় জিলাত সৰি পৰিল ৰোপ ৱে'।
- এই দুৰ্ঘটনাত ৬গৰাকী লোকৰ মৃত্যু হৈছে।
- নিৰ্মাণ সামগ্ৰী লৈ যোৱা অৱস্থাতে সংঘটিত হয় এই দুৰ্ঘটনা।
- প্ৰশাসনে উক্ত স্থানত অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান।
- এতিয়াও প্ৰশাসনৰ ফালৰ পৰা কোনো তথ্য ৰাজহুৱা কৰা নাই।