ভয়ংকৰ! খহি পৰিল নদীৰ ওপৰত থকা দলং, আছিল প্ৰায় শ শ লোক

দেওবাৰে সন্ধিয়া গুজৰাটত সংঘটিত হয় এক ভয়ংকৰ ঘটনা।
ভয়ংকৰ! খহি পৰিল নদীৰ ওপৰত থকা দলং, আছিল প্ৰায় শ শ লোক
  • দেওবাৰে সন্ধিয়া গুজৰাটত সংঘটিত হয় এক ভয়ংকৰ ঘটনা।

  • মোৰবীৰ মচ্ছু নদীৰ ওপৰত থকা দলং খহি পৰে।

  • দলং খনৰ ওপৰত শ শ লোক থকাৰ আশংকা।

  • লোক সমূহ পৰি যায় নদীত।

  • বহুলোক আহত হোৱা বুলি জানিব পৰা গৈছে।

  • ঘটনাস্থলীত উপস্থিত হৈছে উদ্ধাৰ অভিযানকাৰী।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in