New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/575ed03e-0727-4888-a539-50ec4a77aa87/ffff.jpg)
দেওবাৰে সন্ধিয়া গুজৰাটত সংঘটিত হয় এক ভয়ংকৰ ঘটনা।
মোৰবীৰ মচ্ছু নদীৰ ওপৰত থকা দলং খহি পৰে।
দলং খনৰ ওপৰত শ শ লোক থকাৰ আশংকা।
লোক সমূহ পৰি যায় নদীত।
বহুলোক আহত হোৱা বুলি জানিব পৰা গৈছে।
ঘটনাস্থলীত উপস্থিত হৈছে উদ্ধাৰ অভিযানকাৰী।