বাক্সাৰ সুৱণশ্ৰীত গণ সুৰক্ষা পাৰ্টীৰ প্ৰচাৰ সভা...

বিটিচি পৰিষদীয় নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ সমান্তৰালভাৱে প্ৰাক্তন সাংসদ নৱ কুমাৰ শৰণীয়াৰ নেতৃত্বৰ গণ সুৰক্ষা পাৰ্টীয়েও গাঁৱে-গাঁৱে, চুবুৰীয়ে-চুবুৰীয়ে অনুষ্ঠিত কৰিছে ৰাজনৈতিক প্ৰচাৰ সভা

author-image
Asomiya Pratidin
New Update
194

ডিজিটেল সংবাদ, বাক্সা : বিটিচি পৰিষদীয় নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ সমান্তৰালভাৱে প্ৰাক্তন সাংসদ নৱ কুমাৰ শৰণীয়াৰ নেতৃত্বৰ গণ সুৰক্ষা পাৰ্টীয়েও গাঁৱে-গাঁৱে, চুবুৰীয়ে-চুবুৰীয়ে অনুষ্ঠিত কৰিছে ৰাজনৈতিক প্ৰচাৰ সভা । বুধবাৰে বাক্সা জিলাৰ সুৱণশ্ৰীত অনুষ্ঠিত প্ৰচাৰ সভাত উপস্থিত থাকে দিহিৰা পৰিষদীয় সমষ্টিৰ পৰা দুবাৰকৈ এমচিএলএ হোৱা ঘনশ্যাম দাস।

Advertisment

দাসে কয় যে, তেওঁ তৃতীয়বাৰৰ বাবে এমচিএলএ হ'ব । ৰাইজে তেওঁক আকোঁৱালি লৈছে । দিহিৰাত বিজেপি, ইউপিপিএলে এতিয়ালৈ প্ৰাৰ্থী দিবই পৰা নাই ।

baksa