New Update
/asomiyapratidin/media/media_files/2025/06/21/dangor-khobr-19-2025-06-21-14-26-08.webp)
- বোকাখাতৰ সাপজুৰি পাণবাৰী CRPF কেম্পত গ্রেনেড বিস্ফোৰণৰ সন্দেহ
- বাইকত অহা দুৰ্বৃত্তই গ্রেনেড নিক্ষেপ কৰাৰ সন্দেহ
- গ্রেনেড বিস্ফোৰণত অসম আৰক্ষীৰ ৩জন জোৱান আহত
- আহত: সিদ্ধাৰ্থ বৰবৰা, সুশীল ভূমিজ, মিণ্টু হাজৰিকা
- আহত তিনিওজনকে বোকাখাত চিকিৎসালয়ত ভৰ্তি
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us