/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/06/big-news-face-750x430-1-1.jpg)
আই এ এচ নীৰজ বাৰ্মাকএপিডিচিএলৰ অধ্যক্ষৰ দায়িত্ব।
গৃহ, ৰাজনীতি, শক্তি খণ্ডৰ প্রধান সচিবৰো দায়িত্বত নীৰজ বাৰ্মা।
পৱন কুমাৰক আই টি বিভাগৰ বিশেষ সচিব হিচাপে বদলি।
পৱন কুমাৰক অতিৰিক্ত মুখ্য বন সংৰক্ষকৰ দায়িত্বত আছিল।
অনন্ত লাল জ্ঞানীক ৰাজহ-দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ সচিব হিচাপে বদলি।
কৃষি সঞ্চালক, কৃষি বিভাগৰ সচিবৰ দায়িত্বত আছিল অনন্ত লাল জ্ঞানী।
ভাস্কৰ পেগুক মুখ্যমন্ত্রীৰ সচিবালয়ৰ সচিবৰ দায়িত্ব।
ৰাজহ-দুৰ্যোগ ব্যৱস্থাপনা, কৃষি সঞ্চালকালয়ৰো অতিৰিক্ত দায়িত্ব পেগুক।
এ চি এচ নিবেদিতা লস্কৰক জলসিঞ্চন বিভাগৰ যুটীয়া সচিবলৈ পদোন্নতি।
Also Read: প্ৰসংগ- শিশু নিৰ্যাতন: আটক ডা: সংগীতা দত্তৰ ব্যক্তিগত সহায়িকা উৎপলা বসু...
/asomiyapratidin/media/agency_attachments/2025/10/28/2025-10-28t075720917z-untitled-2-1-2025-10-28-13-27-21.png)
Follow Us