New Update
/asomiyapratidin/media/media_files/2024/12/27/BylfUATZV4bOa6q97M44.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ ভৰলী পৰীয়া কন্যকা কৃষিপাম পৰিদৰ্শন কৰে ৰাজ্যৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ৷
উক্ত পৰিদৰ্শন কাৰ্যসূচীত সংগ দিয়ে বিধায়ক পদ্ম হাজৰিকাই । উল্লেখযোগ্য যে ধূতি-গামোছা পিন্ধি কন্যকাৰ নামঘৰতো আৰ্শীবাদ লয় ৰাজ্যৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us