দেশত পুনৰ নিষিদ্ধ হ’ল ৫৪ টা চীনা এপঃ বিউটি কেমেৰা, চুইট চেলফি, ভিভা কেমেৰাও আছে তালিকাত…

দেশত পুনৰ নিষিদ্ধ হ’ল ৫৪ টা চীনা এপঃ বিউটি কেমেৰা, চুইট চেলফি, ভিভা কেমেৰাও আছে তালিকাত…

author-image
asomiyapratidin
New Update
দেশত পুনৰ নিষিদ্ধ হ’ল ৫৪ টা চীনা এপঃ বিউটি কেমেৰা, চুইট চেলফি, ভিভা কেমেৰাও আছে তালিকাত…

ডিজিটেল ডেস্কঃপুনৰ বাৰত চৰকাৰে বন্ধ কৰিলে চীনা এপছ। দেশৰ ৰাষ্ট্ৰীয় সুৰক্ষাৰ বাবে ভাবুকি কঢ়িয়াই অনাৰ বাবে ইতিমধ্যে ভাৰত চৰকাৰে টিকটক, ইউ চি ব্ৰাউজাৰ, পাবজিৰ দৰে প্ৰায় শতাধিক এপছ বন্ধ কৰি দিছিল। ইয়াৰ পিছতে ১৪ ফেব্ৰুৱাৰী, সোমবাৰে পুনৰ ভাৰত চৰকাৰে ৫৪ টা চীনা এপ বন্ধ কৰি দিছে।

দেশৰ ৰাষ্ট্ৰীয় সুৰক্ষাৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ অভিযোগত এইবাৰ কেন্দ্ৰীয় চৰকাৰে বন্ধ কৰিলে বিউটি কেমেৰা, চুইট চেলফি এইচডিৰ দৰে জনপ্ৰিয় চীনা এপ। দেশত নিষিদ্ধ কৰা এই এপৰ তালিকাত আছে ছেলফি কেমেৰা, ইকুৱেলাইজাৰ আৰু বেছ বুষ্টাৰ, চেলচফৰ্চ এণ্টৰ বাবে কেমকাৰ্ড, ইচোলেণ্ড ২: এছেজ অফ টাইম লাইট, ভিভা ভিডিঅ' এডিটৰ, টেনচেণ্ট এক্সৰিভাৰ, অনমোজি চেজ, অনমোজি এৰিনা, এপ লক আৰু ডুৱেল স্পেচ লাইটৰ দৰে এপ।

india china beauty camera china app viva video editor