New Update
/asomiyapratidin/media/media_files/2025/03/23/aKZVC9QvmhakYgKJholh.jpg)
- ধুবুৰীৰ গৌৰীপুৰত চিকিৎসাৰ অভাৱত হৰিণা পহুৰ মৃত্যু।
- গৌৰীপুৰ পশু চিকিৎসালয়ত চিকিৎসক নথকাৰ বাবে মৃত্যু হল এটি হৰিণাৰ।
- বালাজান আৰক্ষী চকী এলেকাৰ বতুৱাতুলিত উদ্ধাৰ হৈছিল হৰিণা পহু টি।
- বালাজান আৰক্ষীয়ে হৰিণাটি ততাতৈয়াকৈ গৌৰীপুৰ পশু চিকিৎসালয়ত আনে যদিও সেই সময়ত চিকিৎসক নাছিল পশু চিকিৎসালয়।
- পশু চিকিৎসক জমছেৰ আলী আহমেদ প্ৰায় এঘন্টাৰ পিছতো চিকিৎসালয়ত উপস্থিত নোহোৱাত অৱশেষত মৃত্যু হয় হৰিণাটোৰ।
- বৰ্তমানে মৃত্যুৰ হৰিণাটো গৌৰীপুৰ পশু চিকিৎসালয়ত সন্মুখত পৰি আছে।
- ঘটনাক লৈ সচেতন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।