New Update
/asomiyapratidin/media/media_files/2025/03/21/05wIIhR0rcHsYIl4koak.jpg)
শোকাৱহ পথ দুৰ্ঘটনা
- সোমবাৰে নিশা গৌৰীপুৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা।
- তাৰঘাটত মালবাহী ট্ৰাকে মহতীয়াই নিলে বাইক সহ আৰোহীক।
- ফলত থিতাতে নিহত সুজন আলী নামৰ এজন বাইক আৰোহী।
- নিহত সুজন আলীৰ ঘৰ ফকীৰগঞ্জৰ প্ৰহৰীটাৰীত।
- দূৰঘটনাস্থলীত গৌৰীপুৰ আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰে।
- দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাক খনৰ নম্বৰ AS-01-LC-9603 আৰু বাইক খনৰ নম্বৰ AS-14-K-7081