New Update
/asomiyapratidin/media/media_files/2025/11/05/135-2025-11-05-13-23-24.jpg)
- পুনৰ অসুস্থ গৰিমা গাৰ্গ।
- মঙলবাৰে সন্ধিয়া গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত ভৰ্তি গৰিমাক।
- মানসিক উদ্বেগজনিত কাৰণত অসুস্থ গৰিমা।
- চিকিৎসকৰ মতে সম্প্ৰতি গৰিমাৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ।
- জুবিন গাৰ্গৰ বিয়োগৰ পাছৰে পৰা মাজে সময়ে অসুস্থ হৈ আহিছে পত্নী গৰিমা।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us