চতিয়াত লাখ টকৰো অধিক মূল্যৰ নিচাযুক্ত দ্ৰব্য জব্দ

মুদৈ গাৱঁৰ দীপাংকৰ ৰাজখোৱা নামৰ যুৱকজনৰ ঘৰত চতিয়া আৰু বিশ্বনাথ আৰক্ষীৰ যৌথ অভিযান। অভিযানকাৰী দলে অতৰ্কিতে অভিযান চলাই ৮৫ কেজি গাঞ্জা জব্দ কৰে ৷

author-image
Asomiya Pratidin
New Update
0
  • নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে চতিয়া আৰক্ষীৰ অভিযান।
  • লক্ষাধিক টকা মূল্যৰ গাঞ্জাসহ আটক দুই গাঞ্জা ব্যৱসায়ী ৷
  • মুদৈ গাৱঁৰ দীপাংকৰ ৰাজখোৱা নামৰ যুৱকজনৰ ঘৰত চতিয়া আৰু বিশ্বনাথ আৰক্ষীৰ যৌথ অভিযান।
  • অভিযানকাৰী দলে অতৰ্কিতে অভিযান চলাই ৮৫ কেজি গাঞ্জা জব্দ কৰে ৷
  • আৰক্ষীৰ দলটোৱে দীপাংকৰ ৰাজখোৱা আৰু চুৰেন বৰা নামৰ দুই গাঞ্জা ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে ৷
  • চতিয়া আৰক্ষীয়ে সম্প্ৰতি অভিযুক্ত দুই গাঞ্জা সৰবৰাহকাৰীক জেৰা অব্যাহত ৰাখিছে ৷
চতিয়া