/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/5190b8b8-a4ac-4b42-9d9f-2230f9ec9355/download.jpg)
golaghat
-
এইবাৰ গোলাঘাটত সোপাধৰাৰ আতংক।
-
গোলঘাট জিলাৰ বৰজানত সৃষ্টি হৈছে সোপাধৰাৰ আতংক।
-
সোপাধৰাৰ সন্দেহত ৰাইজে আটক কৰিলে এজন অচিনাক্ত ব্যক্তিক।
-
জানিব পৰা মতে বিগত ৩ দিনে লোকজন ঘূৰি আছিল অঞ্চলটোত।
-
জানিব পৰা মতে আটকাধীন লোকজন আগ্ৰাৰ।
-
লক্ষণ নামৰ এই সন্দেহজনকক লোকজনক চমজাই দিয়া হৈছে স্থানীয় আৰক্ষীক।
-
ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত উত্তেজনা।