New Update
/asomiyapratidin/media/media_files/2025/06/18/breaking plate-99088280.jpeg)
- গোলাঘাটৰ নামবৰ-দৈগ্রোং বন্যপ্রাণী অভয়াৰণ্যৰ সমীপত ভয়ংকৰ দুৰ্ঘটনা
- ৩৯নং ৰাষ্ট্রীয় ঘাইপথত ট্রাক আৰু যাত্রীবাহী বাছৰ সংঘৰ্ষ
- দুৰ্ঘটনাত থিতাতে নিহত বাছখনৰ চালক
- নিহত বাছচালকজনৰ নাম নীলমণি হাজৰিকা
- ডিমাপুৰৰ পৰা যোৰহাট অভিমুখী আছিল বাছখন
- গুৰুতৰভাৱে আহত বাছখনৰ কেইবাজনো যাত্রী
- আঘাতপ্রাপ্ত লোকসকলক চিকিৎসালয়লৈ প্রেৰণ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us