গহপুৰ জিলা ম‌ইনা পাৰিজাতৰ নতুন সভাপতি বীৰেন কাথ হাজৰিকা...

আজি বৰ্ণালী শাখা মইনা পাৰিজাতৰ আতিথ্যত মাগনি প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা গহপুৰ জিলা ম‌ইনা পাৰিজাতৰ চতুৰ্থ দ্বি- বাৰ্ষিক সাধাৰণ পৰিষদৰ সভাত বীৰেন কাথ হাজৰিকাক সৰ্বসন্মতিক্ৰমে গহপুৰ জিলা ম‌ইনা পাৰিজাতৰ সভাপতি হিচাপে মনোনীত কৰা হয়।

author-image
Asomiya Pratidin
New Update
HGHG

ডিজিটেল সংবাদ, গহপুৰঃ  গহপুৰ জিলা ম‌ইনা পাৰিজাতৰ সভাপতি হিচাপে মনোনীত হৈছে শিশুপ্ৰাণ ব্যক্তি বীৰেন কাথ হাজৰিকা।

আজি বৰ্ণালী শাখা মইনা পাৰিজাতৰ আতিথ্যত মাগনি প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা গহপুৰ জিলা ম‌ইনা পাৰিজাতৰ চতুৰ্থ দ্বি- বাৰ্ষিক সাধাৰণ পৰিষদৰ সভাত বীৰেন কাথ হাজৰিকাক সৰ্বসন্মতিক্ৰমে গহপুৰ জিলা ম‌ইনা পাৰিজাতৰ সভাপতি হিচাপে মনোনীত কৰা হয়।

২০০৪ চনৰে পৰা ম‌ইনা পাৰিজাতৰ লগত জড়িত হৈ সেৱা আগবঢ়াই অহা কাথ হাজৰিকাই ২০২৩ চনৰ পৰা গহপুৰ জিলা ম‌ইনা পাৰিজাতৰ কাৰ্যকৰী সভাপতি হিচাপে দক্ষতাৰে কাৰ্যনিৰ্বাহ কৰি আছে।

গহপুৰ