গহপুৰৰ বৰঙাবাৰীত শ্বহীদ কনকলতা বৰুৱাৰ ১০১ তম জন্মদিন উদযাপন

গহপুৰৰ বৰঙাবাৰীত থকা শ্বহীদ গৰাকীৰ প্ৰতিমূৰ্তিত  পুষ্পাঞ্জলি অৰ্পনেৰে ৪২ ৰ শ্বহীদ গৰাকীক শ্ৰদ্ধা জ্ঞাপন কৰে। ইপিনে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত গীত মাতেৰে উদযাপন কৰে শ্বহীদ কনকলতা বৰুৱাৰ ১০১ তম জন্মদিনটো।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ আজি শ্বহীদ কনকলতা বৰুৱাৰ ১০১ সংখ্যক জন্মদিন। শ্বহীদ কনকলতা স্মৃতি ৰক্ষা সমিতিয়ে গহপুৰৰ বৰঙাবাৰীত থকা শ্বহীদ গৰাকীৰ প্ৰতিমূৰ্তিত  পুষ্পাঞ্জলি অৰ্পনেৰে ৪২ ৰ শ্বহীদ গৰাকীক শ্ৰদ্ধা জ্ঞাপন কৰে। ইপিনে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত গীত মাতেৰে উদযাপন কৰে শ্বহীদ কনকলতা বৰুৱাৰ ১০১ তম জন্মদিনটো।

উল্লেখ্য যে, শ্বহীদ কনকলতাৰ প্ৰতিমূৰ্তিৰ প্ৰাঙ্গনত এই জন্ম দিনটো উদযাপন কৰা হয় ।জন্ম দিনৰ দিনটোতেই শ্বহীদ গৰাকীক সকলোৱে স্মৰণ কৰা পৰিলক্ষিত হয়। 

গহপুৰ