গহপুৰত পথৰ ওপৰত ভূই ৰুই প্ৰতিবাদ সাব্যস্ত কৰিলে ৰাইজে...

গহপুৰত পথৰ ওপৰত ভূই ৰুই প্ৰতিবাদ সাব্যস্ত কৰিলে ৰাইজে...

author-image
Asomiya Pratidin
New Update
গহপুৰত পথৰ ওপৰত ভূই ৰুই প্ৰতিবাদ সাব্যস্ত কৰিলে ৰাইজে...

ডিজিটেল সংবাদ, গহপুৰঃ গহপুৰ পুৰপবাৰী ৭ নং ৱাৰ্ডত ৰাইজৰ প্ৰতিবাদ। পথৰ দুৰৱস্থা তথা দৈনিক বোকাময় পথেৰে যাতায়ত কৰিবলগীয়া হোৱা বাবে উপায়ন্তৰ ৰাইজে পথৰ ওপৰতে ভূই ৰুই প্ৰতিবাদ সাব্যস্ত কৰে।

Advertisment

ৰাইজে দীৰ্ঘ দিন ধৰি পথ চোৱা মেৰামেতিৰ বাবে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক আবেদন জনাই আহিছে যদিও কোনেও গুৰুত্ব নিদিয়া বুলি অভিযোগ কৰে ভুক্তভোগীয়ে। ফলস্বৰূপে উক্ত পথেৰে যাতায়ত কৰাটো কণ কণ শিক্ষাৰ্থীৰ বাবে দুৰ্বিসহঃ হৈ পৰিছে। সেয়ে আজি উপায়হীন হৈ প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে।

Also Read: নেপালত বিমান দুৰ্ঘটনাঃ কৰ্মচাৰীকে ধৰি ১৯জন লোক আছিল বিমানখনত

gohpur