New Update
/asomiyapratidin/media/media_files/2025/07/18/1-2025-07-18-08-22-00.jpg)
- গোৱালপাৰাৰ পাইকানৰ হিংসাত্মক ঘটনাৰে জড়িত ১০জনক গ্রেপ্তাৰ
- কৃষ্ণাইৰ বিভিন্ন স্থানৰ পৰা গ্রেপ্তাৰ অভিযুক্তসকলক
- বৃহস্পতিবাৰে পাইকানত আৰক্ষী আৰু বন বিভাগৰ লোকৰ ওপৰত হৈছিল আক্রমণ
- আক্রমণত আঘাতপ্রাপ্ত হৈছিল আৰক্ষী-বন বিভাগৰ ২১জন লোক
- ঘটনাত নিহত হৈছিল এজন লোক
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us