New Update
/asomiyapratidin/media/media_files/2025/07/17/1-2025-07-17-09-59-06.jpg)
- গোৱালপাৰাৰ পাইকানত ভয়ংকৰ পৰিস্থিতি
- আৰক্ষীৰ গুলিত নিহত এজন উচ্ছেদিত
- নিহত লোকজন চাকোৱাৰ হুছেইন
- সংঘাতত আহত এজন আৰক্ষীও
- আৰক্ষীৰ গুলিত আহত কুটুবুদ্দিন শ্বেখ নামৰ আন এজন লোক
- সংকটজনক অৱস্থাত কুটুবুদ্দিনক জিএমচিএইচলৈ প্ৰেৰণ
- পুৱা আৰক্ষী-বন বিভাগৰ সৈতে সংঘাত হৈছিল উচ্ছেদিতৰ
- পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শূণ্যলৈ গুলীচালনা কৰিছিল আৰক্ষীয়ে
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us