New Update
/asomiyapratidin/media/media_files/2026/02/27/image-36-2026-02-27-09-26-12.png)
- গোৱালপাৰাৰ সোণাপুৰত পুনৰ চলিব উচ্ছেদ অভিযান
- ম্যাদী পট্টাৰ ভূমিত উচ্ছেদৰ জাননী জাৰি কৰে বন বিভাগে
- ১৫দিনৰ ভিতৰত ঘৰ-দুৱাৰ খালী কৰাৰ নিৰ্দেশ
- উচ্ছেদৰ জাননী লাভ কৰাৰ পাছতেই কেইবাটাও পৰিয়ালত হাহাকাৰ
- ১৯৬০চনৰ পৰাই ম্যাদী পট্টাভূমিত বাস কৰি আহিছে সোণাপুৰৰ ৮০টা পৰিয়ালে
- এতিয়া ম্যাদী পট্টা কৰ্তন কৰি সেই ভূমি দহিকটা সংৰক্ষিত বনাঞ্চলৰ বুলি জাননী জাৰি কৰে
- ৰাইজে বিকল্প ভূমি আৰু উপযুক্ত ক্ষতিপূৰণ প্রদানৰ দাবী জনাই বন বিভাগক
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us