শোকাৱহ ঘটনাঃ বন্যহস্তীৰ আক্ৰমণত নিহত এজন

ৰাজ্যত অব্যাহত হাতী-মানুহৰ সংঘাত। গোৱালপাৰাৰ দুধনৈৰ ডাবলিৰ বৰঝাৰত শোকাৱহ ঘটনা। বন্যহস্তীৰ আক্রমণত নিহত এজন লোক।

author-image
Asomiya Pratidin
New Update
EKEKLJKJK
  • গোৱালপাৰাৰ দুধনৈৰ ডাবলিৰ বৰঝাৰত শোকাৱহ ঘটনা
  • বন্যহস্তীৰ আক্রমণত নিহত এজন লোক
  • নিহত লোকজনৰ ডাবলিৰ বৰঝাৰৰ পলদ্বীপ এম চাংমা
  • চাইকেলেৰে ঘৰলৈ গৈ থকা সময়তে হঠাৎ‍ আক্রমণ কৰে বন্যহস্তীয়ে
  • ঘটনাস্থলীত আৰক্ষী আৰু বন বিভাগৰ লোক উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহ
গোৱালপাৰা