গোৱালপাৰাত ভয়ংকৰ পৰিস্থিতিঃ আৰক্ষীৰ সৈতে উচ্ছেদিতৰ সংঘাত...

গোৱালপাৰাৰ পাইকান সংৰক্ষিত বনাঞ্চলত প্ৰশাসনে ১২ জুলাইত অভিযান চলাই ১,০৩৮ বিঘা ভূমি দখলমুক্ত কৰা লগতে এহেজাৰ ৮০টা পৰিয়ালক উচ্ছেদ কৰিছিল.....

author-image
Asomiya Pratidin
New Update
dangor-khobr-19
  • গোৱালপাৰাৰ পাইকানত উত্তপ্ত পৰিস্থিতি
  • আৰক্ষী-বন বিভাগৰ সৈতে উচ্ছেদিতৰ সংঘাত
  • পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীৰ শূণ্যলৈ গুলীচালনা
  • আৰক্ষীলৈ শিলাবৰ্ষণ একাংশ লোকৰ
  • ঘটনাত কেবাজনো লোক হতাহত হোৱাৰ আশংকা
উচ্ছেদ অভিযান