New Update
/asomiyapratidin/media/media_files/2026/02/04/whatsapp-image-2026-2026-02-04-08-50-49.jpeg)
- গোৱালপাৰাৰ আগিয়াৰ ১৭নং ৰাষ্ট্রীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা
- ৰখাই থোৱা বিবাহ যাত্রীৰ গাড়ীত পিছফালৰ পৰা প্ৰচণ্ড খুন্দা ট্ৰাকৰ
- দুৰ্ঘটনাত থিতাতে নিহত দুজন লোক
- নিহত লোকদুজন ৰবী দাস আৰু নৰেশ দাস বুলি জানিব পৰা গৈছে
- কইনা লৈ যোৱাৰ সময়তে সংঘটিত এই দুৰ্ঘটনা
- গোলকগঞ্জৰ পৰা বৰযাত্রী আহিছিল আগিয়াৰ বুধিপাৰালৈ
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/04/whatsapp-image-2026-2026-02-04-08-50-36.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us