New Update
/asomiyapratidin/media/media_files/2025/04/30/oU1vn6JWPsMlZwsuDlNN.jpg)
- গুৱাহাটীত গুলীবিদ্ধ ডকাইতৰ মৃত্যু
- GMCHত চিকিৎসাধীন অৱস্থাত মৃত্যু ৰণেশ দৈমাৰীৰ
- আৰক্ষীৰ গুলীত দুই ভৰিত গুলী লাগিছিল ৰণেশৰ
- ICUত ভৰ্তি হৈ আছিল নিহত ৰণেশ
- জালুকবাৰীৰ চেইন কাঢ়ি নিয়া ঘটনাৰে জড়িত আছিল ৰণেশ দৈমাৰী
- পূৰ্বেও কেইবাটাও অপৰাধজনিত ঘটনাত জড়িত আছিল ডকাইত ৰণেশ
- ১০ এপ্রিলত জেলৰ পৰা ওলাই আহিছিল ৰণেশ
- পূৰ্বেও এবাৰ এনকাউণ্টাৰ হৈছিল ৰণেশ দৈমাৰীৰ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us