/asomiyapratidin/media/media_files/2026/01/07/1-2026-01-07-10-45-22.jpg)
ডিজিটেল ডেস্কঃ জালনোট সৰবৰাহকাৰীৰ বিৰুদ্ধ সষ্টম হৈ পৰিছে আৰক্ষী। এইবাৰ বশিষ্ঠ আৰক্ষীৰ জালত বৃহৎ জালনোট সৰবৰাহকাৰীৰ দল।গ্ৰেপ্তাৰ জালনোট সৰবৰাহকাৰী আন্নাছ আলী, চাহিল শিকদাৰ আৰু ইছলাম আলী।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/07/whatsapp-image-20-2026-01-07-10-45-36.jpeg)
ধৃত সৰবৰাহকাৰী কেইটাৰ পৰা ২লাখ ২৭হাজাৰ টকাৰ জাল নোট জব্দ কৰে। লগতে জব্দ কৰে নগদ ১লাখ ৬২হাজাৰ ৬৬০টকা, টকা গণনা কৰা মেছিন, ৯খন ATM,৬টা মোবাইল ফোনৰ লগতে অন্যান্য সামগ্ৰী।
উল্লেখ্য যে, সৰবৰাহকাৰীকেইটাৰ পৰা জব্দ কৰে দুখন বিলাসী বাহন। ইপিনে ইয়াৰ পূৰ্বেও আৰক্ষীৰ জালত পৰিছিল সৰবৰাহকাৰী কেইটা।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/07/whatsapp-1-2026-01-07-10-45-57.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us